News

প্ৰবীণ লাক্ৰাৰ লগত এখন্তেক অন্তৰঙ্গ

Johar Productionৰ প্ৰতিষ্ঠাপক গমকে প্ৰবীণ লাক্ৰাৰ লগত এখন্তেক অন্তৰঙ্গ। প্ৰবীণক মই বহুত সৰুৰে পৰা জানো। বহু কষ্টৰে আৰু ৰ্ধয্যৰে তেওঁ অনুষ্ঠান গড়ি জাতিৰ মান গড়িছে। কঠোৰ পৰিশ্ৰম আৰু ৰ্ধয্যই তেওঁ সম্পদ। Flim Productionৰ যোগেদি, আজি সমাজক এক নতুন পৰিচয় দিয়া এই মহান ব্যক্তিক লগ পাই মই নিজকে ধন্য মানিছো। Johar Productionৰ Mor Sangi, Adivasi Khiladi আদি চবিয়ে Adivasi Flim জগতত নতুন যুগৰ সুচনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button